নগাঁও

কঠিয়াতলী ৰেংবেঙত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত ভয়ংকৰ পথ দুৰ্ঘটনা ৷

  • ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বলে'ৰ বাহনৰ ৷

  • থিতাতে নিহত বলে'ৰ বাহনত অহা দুজন লোক।

  • লোক দুজন হোজাইৰ গনেশ চুৰা আৰু ভাইটি চাহা বুলি জনা গৈছে।

  • দুৰ্ঘটনাগ্ৰস্ত বলেৰ বাহনখনৰ নম্বৰ AS 02 BC 0232