নগাঁও

কলিয়াবৰৰ হাটবৰত পুৱতি নিশা পথ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল ডেস্ক : কলিয়াবৰৰ হাটবৰত পুৱতি নিশা পথ দুৰ্ঘটনা সংঘটিত হয়। ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ৰেলিঙত এখন ছুইফট বাহনে খুন্দা মাৰে।

জানিব পৰামতে গুৱাহাটীৰ পৰা কাজিৰঙা অভিমুখী আছিল বাহনখন। ইতিমধ্যে ঘটনাস্থলীত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ দুগৰাকী আৰোহীক উদ্ধাৰ কৰে।