নগাঁও

পূজাৰ আনন্দৰ মাজতে নগাঁৱত শোকাৱহ দুৰ্ঘটনা

Asomiya Pratidin
  • পূজাৰ আনন্দৰ মাজতে নগাঁৱত শোকাৱহ দুৰ্ঘটনা

  • নিশা সংঘটিত দুৰ্ঘটনাত থিতাতে নিহত দুজন

  • এজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

  • নগাঁৱৰ কুৰুৱাবাহী চাৰিআলিত সংঘটিত এই দুৰ্ঘটনা

  • আটাইকেইজনৰ ঘৰ মৰিগাঁৱত বুলি জানিব পৰা গৈছে।