নগাঁও

ৰহাৰ জোঙাল বলহু গড়ত পথ দুৰ্ঘটনা

Asomiya Pratidin
  • ৰহাৰ জোঙাল বলহু গড়ত পথ দুৰ্ঘটনা

  • ৰৈ থকা ট্রাকত প্রচণ্ড খুন্দা আন এখন ট্রাকৰ

  • দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত ট্রাকখনৰ চালক

  • প্রায় এঘণ্টা ধৰি ট্রাকৰ ভিতৰতে আৱদ্ধ হৈ থাকে চালকজন

  • পিছত আৰক্ষীয়ে চালকজনক উদ্ধাৰ কৰি চিকিৎসাকলয়লৈ প্রেৰণ কৰে।