নগাওঁ পাথৰীত ভংয়কৰ পথ দুৰ্ঘটনা... 
নগাঁও

নগাওঁ পাথৰীত ভংয়কৰ পথ দুৰ্ঘটনা...

Asomiya Pratidin
  • নগাওঁ পাথৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • দুৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন লোক আৰু গুৰুতৰভাৱে আহত ৩ জন।

  • হোজাইৰ পৰা শিলচৰ সংযোগী চাৰিলেনযুক্ত পথত এই দুৰ্ঘটনা।

  • তীব্ৰবেগী ইন'ভাখনৰ পাছফালৰ এটা চকা ফুটাৰ ফলতে এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাৰ ফলত বাহনখনৰ পৰা চিটিকি পৰে যাত্ৰীসকল।

  • আহতসকলক নগাওঁ ভোগেশ্বৰী ফুকননি অসামৰিক হাস্পতালত ভৰ্তি।

  • পথৰ ডিভাইডাৰত লাগি কোনোমতে ওলমি ৰৈছে বাহনখন।

  • দুৰ্ঘটনাগ্ৰস্ত ইন'ভাখনৰ নম্বৰ এ এছ ০৯ এফ০৭৯৭।