ড্ৰাগছ সৰবৰাহত বাধা দিয়াৰ বাবেই নিজ ভাতৃকে কোৰেৰে আক্ৰমণ... 
নগাঁও

ড্ৰাগছ সৰবৰাহত বাধা দিয়াৰ বাবেই নিজ ভাতৃকে কোৰেৰে আক্ৰমণ...

Asomiya Pratidin
  • ৰাজ্যত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

  • ড্ৰাগছৰ সৰবৰাহৰ পৰা আঁতৰি থাকিবলৈ কোৱাৰ বাবে ভাতৃক আক্ৰমণ।

  • মজিবুৰ ৰহমান নামৰ যুৱকজনে আক্ৰমণ কৰিলে ভাতৃ ফাইজুৰ ৰহমানক।

  • ৰূপহীহাটৰ হাতীপাৰাত সংঘটিত হৈছে এই ঘটনা।

  • মজিবুৰ কোৰেৰে আক্ৰমণ কৰিলে ভাতৃ ফাইজুৰক।

  • ভাতৃক আক্ৰমণৰ সময়তো ড্ৰাগছ আসক্ত আছিল মজিবুৰ।

  • অভিযোগ অনুসৰি ড্ৰাগছ ক্ৰয়ৰ বাবে ভাতৃক বিচাৰিছিল ধন।

  • গুৰুতৰভাৱে আহত ফাইজুৰক হাস্পতালত ভৰ্তি।

  • পূৰ্বেও ফাইজুৰক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ আছে মজিবুৰৰ বিৰুদ্ধে।