নগাঁও

গৃহস্থ নথকাৰ সুযোগ লৈ চোৰৰ লুটপাত

Asomiya Pratidin
  • লংকাত ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ চোৰৰ লুটপাত

  • চোৰে নিলে সোণৰ অলংকাৰ, কাঁহৰ বাচনসহ নগদ ধন

  • লংকাপট্টিৰ অমৰজ্যোতি কুণ্ডু নামৰ লোকজনৰ ঘৰত এই ঘটনা

  • ১৩ দিনৰ পিছত ঘৰলৈ উভিত অহাত পোহৰলৈ এই ঘটনা

  • লংকাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে চুৰিৰ ঘটনা।