নগাঁও

অগপৰ প্ৰাক্তন মন্ত্ৰীৰ বাসগৃহত শিশু নিৰ্যাতনৰ ভয়ংকৰ কাণ্ড...

Asomiya Pratidin
  • আকৌ ৰাজ্যত শিশু নিৰ্যাতনৰ ঘটনা ।

  • এইবাৰ সংগীতা দত্তৰ দৰে অনুৰূপ ঘটনা সংঘটিত হ'ল প্ৰাক্তন মন্ত্ৰীৰ বাসগৃহত ।

  • বনকৰা নাবালিকা কন্যাক অগপৰ প্ৰাক্তন মন্ত্ৰীজনৰ সন্মুখতে চলালে নিৰ্যাতন ।

  • অগপৰ প্ৰাক্তন মন্ত্ৰী হাজিৰ আব্দুৰ ৰৌফ চৌধুৰীৰ বাসগৃহত এই কাণ্ড ।

  • হোজাই বাসগৃহত সংঘটিত হৈছিল এই শিশু নিৰ্যাতনৰ ঘটনা ।

  • ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ।

  • এই দৃশ্য প্ৰাক্তন মন্ত্ৰীগৰাকীৰ সন্মুখতে সংঘটিত হৈছিল ।