কলিয়াবৰত বনৰীয়া ম’হৰ আক্ৰমণত মহিলা আহত... 
নগাঁও

কলিয়াবৰত বনৰীয়া ম’হৰ আক্ৰমণত মহিলা আহত...

Asomiya Pratidin
  • কলিয়াবৰৰ ফুলগুৰিত বনৰীয়া ম’হৰ সন্ত্রাস।

  • বনৰীয়া ম’হৰ আক্রমণত এগৰাকী মহিলা গুৰুতৰভাৱে আহত।

  • আহত মহিলাগৰাকীৰ নাম লীলা দেৱী।

  • আহত লীলা দেৱীক কলিয়াবৰৰ চিকিৎসালয়ত ভৰ্তি।

  • কাজিৰঙাৰ পৰা ওলাই আহিছিল ম’হটো।