নগাঁও

শহুৰৰ হাতত প্ৰাণ গ'ল বোৱাৰীৰ

Asomiya Pratidin
  • নগাঁও কন্দলীৰ আহুতলীত শহুৰৰ হাতত প্ৰাণ গ'ল বোৱাৰীৰ ।

  • ককাকৰ আক্ৰমণৰ পৰা মাতৃক ৰক্ষা কৰিবলৈ গৈ আহত হ'ল নাতি।

  • বুধবাৰে সংঘটিত এই ঘটনা।

  • আহত সপ্তম শ্ৰেণীৰ কিশোৰীগৰাকীক সংকটজনক অৱস্থাত নগাঁও চিকিৎসালৈ প্ৰেৰণ কৰা হয়।

  • নিহত বোৱাৰী দিপালিক দাৰে আঘাত কৰাৰ অভিযোগ শহুৰ মুৰুলি তাঁতীৰ বিৰুদ্ধে ।

  • হত্যাকাণ্ড সংঘটিত কৰি পলায়ন শহুৰ মুৰুলি তাঁতীৰ ।

  • ঘটনাস্থলীত উপস্থিত নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়া ।

  • ঘটনাৰ তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ।