নগাঁও

ৰহস্যজনক অৱস্থাত পুখুৰীত উদ্ধাৰ মহিলাৰ মৃতদেহ

Asomiya Pratidin
  • কলিয়াবৰৰ ১নং বৰঘুলিত চাঞ্চল্যকৰ ঘটনা

  • ৰহস্যজনক অৱস্থাত পুখুৰীত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ

  • মহিলাগৰাকীৰ নাম ৰাছিদা বেগম

  • বৰ্তমানেও সন্ধানহীন মহিলাগৰাকীৰ ৭ বছৰীয়া পুত্র সন্তানটি

  • মাতৃৰ সৈতে পুত্রও পানীত পৰাৰ সন্দেহ ৰাইজৰ

  • শিশুটিৰ সন্ধানত SDRFৰ অভিযান আৰম্ভ।