অসম

নলবাৰীত দলঙৰ তলত পৰিল স্কৰপিঅ’, আহত কেবাজনো যাত্ৰী

asomiyapratidin
  • নলবাৰীৰ বিলপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলত পৰিল এখন দ্ৰুতবেগী স্কৰপিঅ' বাহন।
  • গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গৈ আছিল বাহনখন।
  • ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নদীত বাগৰি পৰে স্কৰপিঅ' বাহনখন।
  • দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় বাহনখনৰ কেইবাজনো লোক।
  • আহতসকলক ভৰ্তি কৰা হৈছে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিত্‍সালয়ত।