এই মুহুৰ্তৰ খবৰ 
নলবাৰী

হাতত ডেগাৰ লৈ নলবাৰীৰ ৰাজপথত সন্ত্রাস এজন লোকৰ

Asomiya Pratidin
  • নলবাৰীত হাতত ডেগাৰ লৈ ৰাজপথত সন্ত্রাস এজন লোকৰ

  • এজন কৰ্তব্যৰত জোৱানক আক্রমণ খগেন দাস নামৰ লোকজনৰ

  • লোকজনৰ আক্রমণত আহত আৰক্ষী জোৱান চফিক আহমেদ

  • ঘটনাস্থলীত নলবাৰী সদৰ আৰক্ষী উপস্থিত হৈ আটক কৰে লোকজনক

  • খগেন দাস নামৰ লোকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ডেগাৰখন

  • ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ গণেশ মন্দিৰ চ’কত সংঘটিত এই ঘটনা।