নলবাৰী

ঘগ্রাপাৰ কাণ্ডৰ নতুন মোৰ : কিশোৰীগৰাকীক পলুৱাই নিয়া যুৱকক গ্রেপ্তাৰ

Asomiya Pratidin
  • নলবাৰীৰ ঘগ্রাপাৰ থানা কাণ্ডৰ নতুন মোৰ

  • শ্লীলতাহানি কৰা কিশোৰীগৰাকীক পলুৱাই নিয়া যুৱকক গ্রেপ্তাৰ

  • যুৱকজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ

  • মফিকুল আলী নামৰ যুৱকজনক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ

  • যুৱকজনক নাবালক বুলি গোচৰ ৰুজু নকৰাকৈ যাবলৈ দিছিল ঘৰলৈ

  • ধাৰাবাহিক বাতৰিৰ পিছত ২০ দিনৰ অন্তত ৰুজু হ’ল গোচৰ

  • মঙলবাৰে নলবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰি হাজিৰ কৰিছিল আদালতত।