নলবাৰী

নলবাৰীৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা

Asomiya Pratidin
  • নলবাৰীৰ বৰসৰকুছিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

  • ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছে মাতৃ-পুত্রৰ মৃতদেহ ।

  • পিতৃয়ে পত্নী-পুত্রক বিহ খুৱাই হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ।

  • বিছনাতে উদ্ধাৰ হৈছে কবিতা হালৈ আৰুবিশেষভাৱে সক্ষম হৃষিকেশ কাশ্যপৰ মৃতদেহ ।

  • ১৫ বছৰীয়া হৃষিকেশৰ আজি আছিল ওপজা দিন ।

  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

  • সম্প্রতি পলাতক অৱস্থাত আছে কবিতা হালৈৰ স্বামী জগদীশ হালৈ ।