নলবাৰীৰ গণেশ মন্দিৰৰ সমীপত ধন লুটৰ ঘটনা।
আত্মসহায়ক গোটৰ মহিলাৰ পৰা ৬ লাখ টকা লুট দুৰ্বৃত্তৰ।
নমাটিৰ নিয়ৰজ্যোতি আত্মসহায়ক গোটৰ আছিল ধনখিনি।
গোটৰ সভানেত্রী সংগীতা ৰাজবংশীয়ে বেংকৰ পৰা উলিয়াই আনিছিল ধন।
ই-ৰিক্সাত ধন থৈ চাহ খাবলৈ যোৱাৰ সময়তে লুট সমস্ত ধনৰাশি।