নলবাৰী

ঘগ্ৰাপাৰ থানালৈ নিয়া হ’ব বিমান ৰয়ক

Asomiya Pratidin
  • কিছু সময় পূৰ্বে উদ্ধাৰ কৰা হৈছিল পলাতক আৰক্ষী বিষয়া বিমান ৰয়ক

  • গুৱাহাটী পানীখাইতি ৰে'ল ষ্টেচনত অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল বৰ্খাস্ত হৈ থকা আৰক্ষী বিষয়াগৰাকীক

  • ঘগ্ৰাপাৰ থানালৈ নিয়া হ’ব বিমান ৰয়ক

  • সোধা-পোচাৰ বাবে নিয়া হ’ব ঘগ্ৰাপাৰ থানালৈ

  • জি এম চি এইচলৈ ৰাওনা ঘগ্ৰাপাৰ থানৰ এটি দল।