একে নিশাই দৰঙৰ দুটাকৈ মন্দিৰত চুৰিকাণ্ড... 
নলবাৰী

নলবাৰীত চৰকাৰী কাৰ্যালয়ত চুৰিকাণ্ড

Asomiya Pratidin
  • নলবাৰীৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত চুৰিকাণ্ড।

  • চুৰি কৰি থকাৰ সময়তে হাতে-লোটে আটক চোৰ।

  • আটক চোৰটোৰ নাম ইনামূল হক।

  • চোৰটোৰ পৰা কাৰ্যালয়ৰ বিভিন্ন সামগ্রী উদ্ধাৰ।

  • সম্প্রতি আৰক্ষীৰ জিম্মাত চোৰ ইনামূল হক।