অসম

নাজিৰাৰ গেলেকীত গুলীচালনাৰ ঘটনা

Asomiya Pratidin
  • নাজিৰাৰ গেলেকীৰ দুলাকাষৰীয়াত অঘটন

  • আৰক্ষী জোৱানৰ ছাৰ্ভিচ পিষ্টলেৰে শূন্যলৈ গুলীচালনা

  • আৰক্ষী জোৱান জিণ্টু বৰুৱাৰ বাসগৃহতে সংঘটিত এই ঘটনা

  • অৱশ্যে গুলীচালনাৰ ফলত হতাহত হোৱা নাই কোনো লোক

  • ইতিমধ্যে আৰক্ষীয়ে পিষ্টলসহ আটক কৰিছে জোৱানজনক

  • পূৰ্বে মহকুমা বিষয়া শুভলক্ষ্মী দত্তৰ দেহৰক্ষী আছিল জিণ্টু বৰুৱা।