অসম

সদ্যোজাত শিশুৰ মৃত্যুক লৈ তেজপুৰ চিকিৎসালয়ত উত্তেজনা

asomiyapratidin
  • সদ্যোজাত শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি তেজপুৰ কনকলতা চিভিল হাস্পতালত উত্তেজনা।
  • জন্মৰ ১০ মিনিটৰ পিছতে মৃত্যু হয় এটি সদ্যোজাত শিশুৰ।
  • শিশুটোৰ মৃত্যুৰ পাছতে হাস্পতালখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ লোকে।
  • চিকিত্সকৰ গাফিলতিৰ বাবেই শিশুটোৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ।
  • ইতিমধ্যে হাস্পতালখনত মোতায়েম কৰা হৈছে আৰক্ষীৰ দল।