পুনৰ ৰে'লৰ খুন্দাত নিহত হ'ল বন্যহস্তী...  
অসম

মৰাণত ৰে’লৰ খুন্দাত নিহত কিশোৰ

Asomiya Pratidin
  • মৰাণত নিশা ৰে’লৰ খুন্দাত নিহত এজন কিশোৰ।

  • মৰাণ কলেজ ৰোডৰ সমীপৰ ৰে’ল লাইনত এই ঘটনা।

  • নিহত কিশোৰজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই।

  • ৰে’ল কৰ্মী আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিছে কিশোৰজনৰ মৃতদেহ।