প্ৰতীকি ফটো 
অসম

বনভোজ খাবলৈ গৈ দিৰৈ নৈত সন্ধানহীন এজন লোক

Asomiya Pratidin
  • শিৱসাগৰৰ বকতাত দিৰৈ নৈত সন্ধানহীন এজন লোক।

  • সন্ধানহীন লোকজন ম’হখুটি বাগিচাৰ ৰতন কুমাৰ।

  • বৃহস্পতিবাৰে সমনীয়াৰ সৈতে বনভোজ খাবলৈ গৈ সন্ধানহীন।

  • লোকজনৰ সন্ধানত SDRFৰ অভিযান অব্যাহত।

  • ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে।