ROAD ACCIDENT  
অসম

পাঠশালাৰ ভূটান ৰোডত পথ দুৰ্ঘটনা, তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত বাইক আৰোহী

Asomiya Pratidin
  • পাঠশালাৰ ভূটান ৰোডত দুৰ্ঘটনা।

  • চাৰিচকীয়া বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত বাইক আৰোহী।

  • আহত যুৱকজন পাঠশালাৰ মুগুৰীয়াৰ জিণ্টু তালুকদাৰ।

  • বাহনৰ খুন্দাত বাইক আৰোহীজনৰ ছিগি যায় এখন ভৰি।

  • ততাতৈয়াকৈ যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ।

  • পাঠশালা আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখন।