অসম

মূল্যবৃদ্ধিয়ে কোঙা কৰিছে জনতাক, আজিও বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য…

asomiyapratidin
  • আজি পুনৰ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • বুধবাৰৰ দিনটোত গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি ৮৯ পইচাকৈ আৰু ডিজেলত বৃদ্ধি পালে ৮৪ পইচা।
  • গুৱাহাটীত পেট্ৰ'লৰ দাম প্ৰতিলিটাৰ ১০৫.৬৬ টকা হয়গৈ।
  • বিগত প্ৰায় ২ সপ্তাহত পেট্ৰ'লৰ দাম ১১.০৯ টকা আৰু ১০.১১ পইচা বৃদ্ধি ডিজেলত।
  • মূল্যবৃদ্ধিয়ে এতিয়া কোঙা কৰিছে জনতাক।
  • বিগত ১৬ দিনত ১৪ বাৰ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য।