অসম

মায়ঙত ফটো প্ৰদৰ্শনী

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ংঃ যাদুৰ দেশ মায়ঙত শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ফটো প্ৰদৰ্শনী। মায়ং পবিতৰা ফটোগ্ৰাফী ক্লাৱৰ উদ্যোগত শনিবাৰে ৩ বজাৰ পৰা আৰি দেওবাৰে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ অনুষ্ঠিত কৰা হৈছে ফটো প্ৰদৰ্শনী খন।

পবিতৰা ভিলেজ ইক' কেম্পত অনুষ্ঠিত ফটো প্ৰদৰ্শনীত দেশ-বিদেশৰ ফটোগ্ৰাফাৰৰ ৪০০ খন ফটো প্ৰদৰ্শন কৰা হৈছে।আজি বিয়লিৰ ভাগত প্ৰদৰ্শনীখনত উপস্থিত থাকিব মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা।