dangor kotha  
অসম

গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ নিৰুদ্দিষ্ট পলাশ মৰাণৰ মৃতদেহ...

Asomiya Pratidin

•নিৰুদ্দিষ্ট পলাশ মৰাণৰ মৃতদেহ উদ্ধাৰ ।

•ভাৰত-ম্যানমাৰ সীমান্তৰ আপাৰ চিংহাঙত উদ্ধাৰ মৃতদেহ ।

•গাঁতত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ আলফা সদস্যজনৰ মৃতদেহ ।

•২০২১চনত আলফা(স্বাঃ) যোগদান কৰিছিল পলাশ মৰাণে ।

•আলফা(স্বাঃ)ৰ শিবিৰৰ পৰা ৪ সদস্যসহ পলায়ন কৰিছিল পলাশে ।

•ইতিমধ্যে তিনি সদস্যই আত্মসমৰ্পণ কৰিছে সেনা-আৰক্ষীৰ ওচৰত ।