অসম

কাছাৰৰ ৰাতাচৰাত আৰক্ষীৰ এনকাউণ্টাৰ

Asomiya Pratidin
  • কাছাৰৰ ৰাতাচৰাত আৰক্ষীৰ এনকাউণ্টাৰ

  • কুখ্যাত অপৰাধীলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ

  • আৰক্ষীৰ গুলীত আহত অপৰাধী হিফজুৰ ৰহমান

  • ২ মাহ পূৰ্বে শিলচৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা পলায়ন কৰিছিল হিফজুৰে

  • বৰ্তমান শিলচৰ মেডিকেল কলেজত ভৰ্তি হিফজুৰক।