অসম

লাহোৱালৰ ৰংপুৰীয়াত চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ...

Asomiya Pratidin
  • লাহোৱালৰ ৰংপুৰীয়াত চাঞ্চল্যকৰ ঘটনা

  • চাৰ্ভিছ পিষ্টলেৰে গুলীয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ

  • নিহত নামৰূপ থানাৰ OC অনুপম গোৱালা

  • বিষয়াগৰাকীৰ গুলীত গুৰুতৰভাৱে আহত এগৰাকী মহিলাও

  • সংকটজনক অৱস্থাত মহিলাগৰাকীক AMCHত ভৰ্তি

  • মৃত অনুপম গোৱালাৰ ঘৰ বোকাখাতৰ কাকচাঙত

  • ঘটনাস্থলীত উপস্থিত হৈ শীৰ্ষ আৰক্ষী বিষয়াই আৰম্ভ কৰিছে তদন্ত