অসম

কৰিমগঞ্জত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান

Asomiya Pratidin
  • কৰিমগঞ্জত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান

  • অভিযানত কালিগঞ্জ অঞ্চলৰ পৰা য়াবা টেবলেট জব্দ

  • জব্দ ১৬,০০০ টা য়াবা টেবলেট

  • য়াবা টেবলেটসহ আটক ছামছ উদ্দিন নামৰ এজন সৰবৰাহকাৰী

  • জব্দকৃত য়াবা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা।