অসম

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদকক নিলম্বন

asomiyapratidin
  • অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক অৰূপ তালুকদাৰক নিলম্বন।
  • যুৱ কংগ্ৰেছৰ এজন বিষয়ববীয়াক প্ৰহাৰৰ অভিযোগ।
  • সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে দিয়া নিৰ্দেশৰ ভিত্তিত নিলম্বিত হ'ল অৰূপ তালুকদাৰ।
  • যুৱ কংগ্ৰেছৰ বিষয়ববীয়াক প্ৰহাৰৰ অভিযোগ উঠাৰ বাবে নিলম্বন।