অসম

নগাঁৱত ১০হাজাৰৰো অধিক ভোটত প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি...

Asomiya Pratidin
  • নগাঁৱত পুনৰ অগ্ৰগতি কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ।

  • প্ৰদ্যুৎ বৰদলৈ আগবাঢ়ি আছে ১০৬৩২টা ভোটত।

  • প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰা ভোটৰ সংখ্যা ৫৪,২৪১টা

  • বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰিছে ৪৩৬০৯টা ভোট।

  • আমিনুল ইছলামে লাভ কৰিছে ৬৬০৯টা ভোট।