প্ৰিয়ংকা গান্ধী 
অসম

আজি ধুবুৰীলৈ আহিব প্ৰিয়ংকা গান্ধী...

Asomiya Pratidin
  • আজি পুনৰ নিৰ্বাচনী প্রচাৰৰ বাবে অসমলৈ আহিব প্রিয়ংকা গান্ধী ৱাদ্রা

  • ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনী প্রচাৰ চলাব প্রিয়ংকা গান্ধী ৱাদ্রাই

  • আজি পুৱা ১০ বজাত বালাজানত নিৰ্বাচনী ৰেলীত কৰিব অংশগ্ৰহণ

  • ধুবুৰীৰ কংগ্রেছ প্রাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্রচাৰ চলাব প্রিয়ংকাই