অসম

ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ গ্রীণ অস্কাৰ গ’ল্ড বঁটা..

Asomiya Pratidin

·        ড০ পূৰ্ণিমা দেৱী বৰ্মনক পুনৰ এক আন্তৰ্জাতিক সন্মান প্ৰদান

·        গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনলৈ এইবেলি গ্রীণ অস্কাৰ গ’ল্ড বঁটা

·        তেওঁ চলিত বৰ্ষৰ গ্রীণ অস্কাৰ গ’ল্ড বঁটাপ্ৰাপ্ত একমাত্র পৰিৱেশবিদ

·        বুধবাৰে লণ্ডনত প্রদান কৰা হ’ব গ্রীণ অস্কাৰ গ’ল্ড বঁটা

·        ইতিমধ্যে লণ্ডনত উপস্থিত হৈছে ড০ পূৰ্ণিমা দেৱী বৰ্মন

·        ইংলেণ্ডৰ ৰাজপৰিয়ালৰ প্ৰিন্সেছ এনে প্ৰদান কৰিব এই বঁটা

·        দুষ্প্রাপ্য হাড়গিলা সংৰক্ষণত আগবঢ়োৱা অৰিহণাৰ বাবে এই বঁটা প্ৰদান