অসম

চৰাইদেউৰ দুৱাৰ গাঁৱত অজগৰ উদ্ধাৰ

Asomiya Pratidin
  • দেওবাৰে পুৱা চৰাইদেউ দুৱাৰ গাঁৱত অজগৰ উদ্ধাৰ

  • পথাৰত ধান কাটি থকা অৱস্থাত দুজন যুৱকে উদ্ধাৰ কৰে অজগৰ

  • ৰাতুল গগৈ আৰু ঘনশ্যাম টিপমীয়াই উদ্ধাৰ কৰে সাপডালক

  • উদ্ধাৰৰ পিছতে বনবিভাগক চমজাই দিয়ে

  • অজগৰ চাবলৈ ৰাইজৰ ভিৰ ৷