ROAD ACCIDENT  
অসম

ৰঙিয়াৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

Asomiya Pratidin
  • ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • বুধবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

  • নিয়ন্ত্রণ হেৰুৱাই ট্রাকত খুন্দা মটৰচাইকেলৰ।

  • দুৰ্ঘটনাত নিহত বাইক আৰোহীজন।

  • মৃত লোকজনৰ নাম যতীন কলিতা।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।