অসম

মৰিগাঁও ধৰ্ষণকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ

asomiyapratidin
  • মৰিগাঁৱৰ সাতগাঁৱত সংঘটিত কিশোৰী বলাত্কাৰত অভিযুক্ত চম্পক দাসক নামৰ লোকজনক গ্ৰেপ্তাৰ।
  • মৰিগাঁৱৰ জালুগুটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চম্পক দাসক।
  • শুকুৰবাৰে ধৃত চম্পকৰ বলাত্কাৰৰ বলি হৈছিল এজনী ১২ বছৰীয়া কিশোৰী।
  • মুখত সোপা দি পথাৰলৈ নি বলাত্কাৰ কৰাৰ অভিযোগ কিশোৰীগৰাকীক।
  • সংকটজনক অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰীগৰাকী।
  • বৰ্তমানেও চিকিৎসাধীন হৈ আছে কিশোৰীগৰাকী।