অসম

মংগলবৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • জামুগুৰিহাটৰ মংগলবৰীয়াত সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা

  • তীব্ৰবেগী বাইক চালকে মহতিয়াই নিলে চাইকেল আৰোহীক

  • গুৰুতৰভাৱে আহত চাইকেল আৰোহী চমেদ তিৰ্কী

  • চাইকেলত এবস্তা চাউল লৈ ঘৰলৈ গৈ আছিল চমেদ তিৰ্কী

  • আঘাতপ্ৰাপ্ত তিৰ্কী পেচাত দিন হজিৰা কৰা লোক

  • ঘটনাস্থলীতে বাইক এৰি পলায়ন চালক ৰূপী উদণ্ড যুৱক ৷