চকীঘাট দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী... 
অসম

চকীঘাট দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী...

Asomiya Pratidin
  • তেজপুৰ-জামুগুৰীৰ সংযোগী চকীঘাট দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা।

  • দুই বাইক আৰোহীক খুন্দা এখন তীব্রবেগী ট্রাকৰ।

  • থিতাতে নিহত দুই বাইক আৰোহী।

  • নিহত দুই বাইক আৰোহী এই পৰ্যন্ত চিনাক্ত হোৱা নাই।

  •  দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ এ এছ ১২ এ কে ০৬৮৬।