অসম

নিশা কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা

Asomiya Pratidin
  • নিশা কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা এখন তেল টেংকাৰৰ।

  • গছৰ চেপাত বহু সময় ধৰি আবদ্ধ টেংকাৰৰ চালক।

  • দুৰ্ঘটনাত চালকসহ আহত দুজন।

  • যোৰহাট দিশৰ পৰা অহা তেল টেংকাৰখনৰ নম্বৰ NL 01 L 6595।

  • আবদ্ধ চালকজনক বহু সময় পাছত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ ৷