জামুগুৰিহাটত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত এজন, আহত এজন... 
অসম

জামুগুৰিহাটত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত এজন, আহত এজন...

Asomiya Pratidin
  • জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • জামুগুৰিহাটৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

  • এখন আৰ্টিকা বাহন আৰু বাইকৰ মুখামুখি সংঘৰ্ষ।

  • দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন যুৱক।

  • আনহাতে আহত হৈছে আন এজন।

  • দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS-12 P 7820।