দেৰগাঁৱত পথ দুৰ্ঘটনাঃ নিহত স্কুটী আৰোহী... 
অসম

দেৰগাঁৱত পথ দুৰ্ঘটনাঃ নিহত স্কুটী আৰোহী...

Asomiya Pratidin
  • দেৰগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা।

  • দেৰগাঁৱৰ দা ধৰাত সংঘটিত হৈছি এই দুৰ্ঘটনা।

  • এজন স্কুটী আৰোহীক খুন্দা মাৰে এখন চুইফ্ট বাহনে।

  • দুৰ্ঘটনাত নিহত স্কুটী আৰোহী।

  • নিহত স্কুটী আৰোহীজনৰ নাম অচিন্ত্য কাকতি।

  • অচিন্ত্য কাকতিৰ ঘৰ দেৰগাঁৱৰ গন্ধিয়া গাঁৱত।