ROAD ACCIDENT  
অসম

নিয়ন্ত্রণ হেৰুৱাই গছত খুন্দা মাৰিলে তীব্ৰবেগী বাহনে...

Asomiya Pratidin
  • শোণিতপুৰৰ কাৱৈমাৰীত ১৫নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।

  • XUV 300 বাহনে নিয়ন্ত্রণ হেৰুৱাই খুন্দা মাৰে পথৰ কাষৰ গছত।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাহনখনৰ ৪জনকৈ আৰোহী।

  • সংকটজনক অৱস্থাত গণেশ কুৰ্মী নামৰ লোকজনক GMCHলৈ প্রেৰণ।

  • আহত মনোজ কুৰ্মী, প্রতীম কুৰ্মীক TMCHত ভৰ্তি।

  • ঘটনাস্থলীত উপস্থিত আৰক্ষী।