অসম

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল অসামৰিক খাদ্য আৰু যোগান বিভাগৰ কৰ্মচাৰী

Asomiya Pratidin
  • এইবাৰ বোকাজানত হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে।

  • অনুজ্ঞাপত্ৰ নবীকৰণৰ নামত ২৫০০ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল অসামৰিক খাদ্য আৰু যোগান বিভাগৰ কৰ্মচাৰী।

  • বোকাজানস্থিত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ৰ ইউ ডি এ গুৰুপদ দাসে প্ৰতিবেদন (Report) দিয়াৰ নামত লৈছিল উৎকোচ।

  • অনুজ্ঞাপত্ৰ নবীকৰণৰ নামত বোকাজনৰ চাউল বিতৰণৰ ডিলাৰৰসমূহৰ পৰা দাসে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগ।

  • আনহাতে ডিফুস্থিত গুৰুপদ দাসৰ বাসগৃহতো দুৰ্নীতি নিবাৰক শাখাৰ আন এটা দলে সমান্তৰালভাৱে চলাইছে অভিযান।