ROAD ACCIDENT  
অসম

তীব্র বেগী মটৰ চাইকেলে মহটিয়াই নিলে পথচাৰীক

Asomiya Pratidin
  • চামগুৰিৰ আমনিৰ আমতলত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • তীব্র বেগী মটৰচাইকেলে মহটিয়াই নিলে পথচাৰীক।

  • মটৰচাইকেলৰ খুন্দাত থিতাতে নিহত পথচাৰীজন।

  • নিহত পথচাৰীজন খলিহামাৰিৰ বিমল দাস বুলি চিনাক্ত।

  • কামৰ পৰা ঘৰলৈ ওভতি অহাৰ সময়তে সংঘটিত এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মটৰচাইকেল আৰোহী।