বামুণীমৈদামত ৬ মহলীয়া অট্টালিকাৰ পৰা পৰি বহিঃৰাজ্যৰ যুৱতীৰ মৃত্যু... 
অসম

পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা স্বামীৰ

Asomiya Pratidin
  • গোলাঘাটৰ দোলাষৰীয়াত চাঞ্চল্যকৰ ঘটনা

  • পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা স্বামীৰ

  • স্বামীৰ বিৰুদ্ধে ৰাজপথতে জয়ন্তী ভূঞাক আক্রমণৰ অভিযোগ

  • সুৰাপান কৰাত বাধা প্রদান কৰাৰ বাবেই সংঘটিত এই ঘটনা

  • জয়ন্তী ভূঞাক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি