অসম

বোকাজানত উদ্ধাৰ মাৰণাস্ত্ৰসহ কেইবাজাই সজীৱ গুলী

Asomiya Pratidin
  • বোকাজানত উদ্ধাৰ মাৰণাস্ত্ৰসহ কেইবাজাই সজীৱ গুলী।

  • বৃহস্পতিবাৰে নিশা বোকাজান আৰক্ষীয়ে উদ্ধাৰ কৰে এইসমূহ গুলী।

  • আৰক্ষী আৰু চি আৰ পি এফৰ অভিযানত জব্দ মাৰণাস্ত্ৰসহ গুলী।

  • খটখটিৰ কালিৰাম বস্তিৰ নৱনিৰ্মিত চাৰিলেনযুক্ত পথৰ ওচৰৰ ৰেলৱে দলঙৰ তলত চলাইছিল অভিযান।

  • NL-07CB-8179 নম্বৰৰ বলেৰ' বাহনত যাত্ৰী হিচাপে অহা ৫জন লোকক তালাচী।

  • তালাচীৰ অন্তত এটা ৯ এম এম বেৰেটা পিষ্টলসহ তিনিটা মেগজিন আৰু ৪৩জাই সজীৱ গুলী উদ্ধাৰ।

  • আৰক্ষীয়ে এই সন্দৰ্ভত নাগালেণ্ড আৰু মৰিগাঁও জিলাৰ ঠংগা ৱাংছাঁ,এলটো চিচি, সেইখৌ ঝিমণি,খুকিভি আয়ে আৰু চাত্তাৰ আলি নামৰ পাঁচটাক আটক কৰি জেৰা অব্যাহত ৰাখিছে।