অসম

জীৱন যুঁজত হাৰ মানিলে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক অৰ্চনা দেৱীয়ে...

Asomiya Pratidin
  • অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে SI অৰ্চনা দেৱীয়ে

  • GMCHৰ ICUত চিকিৎসাধীন হৈ আছিল অৰ্চনা দেৱী

  • ১০ অক্টোবৰত সোণাপুৰত ভঙাগড় আৰক্ষীৰ পেট্ৰলিং বাহনে খুন্দিয়াইছিল ৰৈ থকা ট্ৰাকত

  • উক্ত দুৰ্ঘটনাটোত পতিত হৈছিল মহিলা SI গৰাকী

  • আজি GMCHত শেষ নিশ্বাস ত্যাগ SI অৰ্চনা দেৱীৰ