অসম

‘বাংলাদেশী মুছলমানৰ ধনেৰে অখিলে চলাইছে সংগঠন’- শিলাদিত্য দেৱ

asomiyapratidin
  • অখিল গগৈক সমালোচনা হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ।
  • অখিল গগৈয়ে অসমক ইছলামিক ৰাজ্য হিচাপে গঢ় দিবলৈ চেষ্টা কৰাৰ অভিযোগ।
  • অখিল গগৈয়ে সংবাদমেলত শিলাদিত্য দেৱক সমালোচনা কৰাৰ পাছতে পুনৰ মুখ খুলিছে হোজাইৰ বিধায়কজনে।
  • বাংলাদেশী মুছলমানৰ বিৰুদ্ধে অখিল গগৈয়ে মাত কিয় নামাতে বুলি প্ৰশ্ন শিলাদিত্য দেৱৰ।
  • ২৩ অক্টোবৰত অসম বন্ধ দি ৰাজ্যৰ জনসাধাৰণক অসুবিধাত পেলাইছে বুলি অখিল গগৈক সমালোচনা।
  • বাংলাদেশী মুছলমানৰ ধনেৰে অখিল গগৈয়ে সংগঠন চলাইছে বুলিও অভিযোগ শিলাদিত্য দেৱৰ।