শিলচৰ

কাছাৰত একে নিশাই গ্রেপ্তাৰ ১৭জন চোৰ

Asomiya Pratidin
  • কাছাৰত চোৰৰ বিৰুদ্ধে আৰক্ষীৰ তীব্র অভিযান

  • অভিযানত একে নিশাই গ্রেপ্তাৰ হ’ল ১৭টাকৈ চোৰ

  • চহৰখনৰ বিভিন্ন স্থানৰ পৰা গ্রেপ্তাৰ গভাইত চোৰকেইটাক

  • চোৰকেইটাৰ পৰা উদ্ধাৰ লেপটপ, মোবাইলসহ বহু চুৰি সামগ্রী।