শিলচৰত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰী আটক... 
শিলচৰ

শিলচৰত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰী আটক...

Asomiya Pratidin
  • শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

  • শিলচৰৰ মেহেৰপুৰত এই অভিযান।

  • অভিযানত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰীক আটক।

  • মেহেৰপুৰৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত আৰক্ষীয়ে চলাইছিল অভিযান।

  • আৰক্ষীয়ে জব্দ কৰিছে ৩০৬ গ্ৰাম হেৰ'ইন।

  • আটকাধীনসকলৰ মাজত আছে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীও।

  • আটক মোস্তাক আহমদ, মকবুল আলম, ৰাজন আহমদ, এমাজ হোছেইন।

  • ইয়াৰোপৰি আটক কৰা হৈছে মস্তাক আহমদ আৰু চুমকি বেগম নামৰ এগৰাকী মহিলাক।